19/09/2026
🏏🔥 দশম বাৰ্ষিক ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ 🏆
জনকল্যাণ সমিতি, বাংৱাৰ উদ্যোগত অনুষ্ঠিত হ’বলৈ গৈ আছে এখন বৃহৎ ক্ৰিকেট প্ৰতিযোগিতা! 🎉
RPL, North-East Premier League, Veteran Premier League, Under 26 Premier League আৰু Inter District Knockout Tournament — ৫টা শাখাত থাকিব ৰোমাঞ্চকৰ ক্ৰিকেটৰ যুঁজ! 💪🏏
💰 আকৰ্ষণীয় Prize Money
🏆 প্ৰতিভা প্ৰদৰ্শনৰ এক সুন্দৰ সুযোগ
🔥 ক্ৰিকেটপ্ৰেমীৰ বাবে এক বিশেষ আয়োজন!
📅 তাৰিখ: ০৩ ডিচেম্বৰ, ২০২৬ৰ পৰা
📝 Team Registration: ০১ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰ, ২০২৬লৈ।
📞 যোগাযোগ:
7002302875 | 8638963564
আপোনাৰ Team আজি Registration কৰক! 🏏🔥