Nalini Kanta Deka Page

Nalini Kanta Deka Page শিক্ষক, ছাত্ৰ-ছাত্ৰী, চাকৰি আৰু Facebook/ YouTube সম্পৰ্কীয় যি কোনো খবৰৰ বাবে আমাক Fallow কৰক ।

22/09/2026

জুবিনৰ নামত এটুপি তেজ ❣️

21/09/2026

✅PRASHAST কি
✅শিক্ষক সকলে কি কৰিব লাগিব

20/09/2026

জুবিন দাৰ নামত এটুপি তেজ ❣️❣️❣️

19/09/2026

2027 বৰ্ষৰ HSLC আৰু HS Exam কেতিয়া অনুষ্ঠিত হব //

২০২৫ চনৰ ১ মে’ তাৰিখে তেখেতে ২নং কলাইগাঁও ৰঙালী বিহু উদযাপন সমিতিৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ গাঁৱলৈ মহনায়াক আহিছিল। তেখেতৰ...
19/09/2026

২০২৫ চনৰ ১ মে’ তাৰিখে তেখেতে ২নং কলাইগাঁও ৰঙালী বিহু উদযাপন সমিতিৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ গাঁৱলৈ মহনায়াক আহিছিল। তেখেতৰ সেই আগমনে আমাৰ গাঁওখনক অসমৰ ৰাইজৰ মাজত চিনাকি কৰাই দিয়াৰ এক বিশেষ সুযোগ প্ৰদান কৰিছিল।

আজি তেখেত আমাৰ মাজৰ পৰা আঁতৰি যোৱাৰ এবছৰ হ’ল। কিন্তু তেখেতৰ স্মৃতি, কৰ্ম আৰু অৱদান আমাৰ হৃদয়ত চিৰদিন সজীৱ হৈ থাকিব।

তেখেতৰ শাৰীৰিক মৃত্যু হ’লেও, তেখেত কেতিয়াও আমাৰ মাজত হেৰাই নাযায়। তেখেত অমৰ—তেখেতৰ কৰ্মৰ মাজেৰে, আমাৰ হৃদয়ত আৰু ইতিহাসৰ পাতত।

19/09/2026

✅কৃতী শিক্ষক শ্যামলিমা বৰা
✅মালৌ আলি উচ্চতৰ মাধ্যমিক বিদ্যালয়
✅ যোৰহাট জিলা

18/09/2026

জুবিন নাই । সেই কথাটো কেতিয়াওঁ বিশ্বাস এ নহয় ।

18/09/2026

যিসকলৰ ঘৰত Census কৰা হৈছে তেওঁলোকে Arunodai আৰু ঘৰ পাব নেকি ??

18/09/2026

✅সকলো Regular কৰ্মচাৰীৰ বাবে✅AA-MMLSA যোজনা✅Cashless Card সম্পৰ্কীয় বিশেষ খবৰ

16/09/2026

✅কৃতী শিক্ষক ৰিজু কুমাৰ চুতীয়া
✅পি এন শ্ৰী ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়
✅ ডিব্ৰুগড় জিলা

ডিব্ৰুগড় জিলাৰ পি এম শ্ৰী ৰহমৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মৰত সন্মানীয় ৰিজু কুমাৰ ছেতিয়া ছাৰক লগ পাই সঁচাকৈয়ে যথেষ্ট ভাল লাগিল। ২০২৬ বৰ্ষৰ কৃতী শিক্ষক বঁটা লাভ কৰি ছাৰে বিদ্যালয়খনৰ লগতে ডিব্ৰুগড় জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে।

ছাৰ এগৰাকী যথেষ্ট অভিজ্ঞ আৰু নিষ্ঠাবান শিক্ষক। শিক্ষাদানৰ সমান্তৰালভাৱে ছাৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক এনচিচিৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। কেৱল প্ৰশিক্ষণতে সীমাবদ্ধ নাথাকি ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন ঠাইলৈ লৈ গৈ বিভিন্ন কাৰ্যসূচী আৰু প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰাৰ ক্ষেত্ৰতো ছাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

এগৰাকী কৃতী শিক্ষক আৰু এনচিচিৰ প্ৰশিক্ষক হিচাপে অৱদান আগবঢ়োৱাৰ উপৰি ছাৰ এগৰাকী সুদক্ষ এথলেটিক্স খেলুৱৈও। ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ছাৰে একাধিক সোণৰ পদক অৰ্জন কৰিছে আৰু নিজৰ প্ৰতিভাৰ জৰিয়তে বিদ্যালয় তথা জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

এই পৱিত্ৰ আৰু গৌৰৱৰ ক্ষণত ৰিজু কুমাৰ ছেতিয়া ছাৰলৈ জ্ঞাপন কৰিছোঁ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন। আগন্তুক দিনবোৰতো ছাৰে অধিক সফলতা অৰ্জন কৰি বিদ্যালয়, জিলা তথা সমাজৰ বাবে আৰু অধিক সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হওক—তাৰ বাবে ভগৱানৰ ওচৰত আন্তৰিক প্ৰাৰ্থনা জনালোঁ।

Address

Mangaldai

Website

Alerts

Be the first to know and let us send you an email when Nalini Kanta Deka Page posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Nalini Kanta Deka Page:

Shortcuts

Share