29/08/2026
"ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস" উপলক্ষে যোৰহাট জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰছী টনা প্ৰতিযোগিতাত Jorhat District Amateur Boxing Association ৰ দলটোয়ে ল'ৰা আৰু ছোৱালীৰ উভয় শাখাতে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰে।
29/08/2026
Wish u all a very Happy National Sports day
14/08/2026
Felicitated Lovlina Borgohain by our Jorhat District Amateur Boxing Association
31/07/2026
Lovlina Borgohain enter into the final of CWG 2026 GLASGOW in 75 kg weight category
Boxing Federation of India
Assam Amateur Boxing Association - AABA
04/07/2026
অহা ৭-১০ জুলাইত দেৰগাঁৱত অনুষ্ঠিত হবলগীয়া সদৌ অসম আন্তঃজিলা চাব-জুনিয়ৰ বক্সিং প্ৰতিযোগিতা ২০২৬ ত ভাগ লবলগীয়া যোৰহাট জিলা বক্সিং দলটোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু দলটোৰ বাবে সকলোৰে আৰ্শীবাদ আৰু শুভেচ্ছা কামনা কৰিলো।