Angahar kalatirtha

Angahar kalatirtha

Share

A Dance,Drama and Music School

15/08/2026

আমাৰ যোগাসনৰ প্ৰশিক্ষাৰ্থীসকলক ষটকৰ্ম(জলনেতি)ৰ প্ৰশিক্ষণ দিয়াৰ দৃশ‍্য।


Photos from Angahar kalatirtha 's post 09/08/2026

আমাৰ অংগহাৰ কলাতীৰ্থৰ উদ‍্যোগত আয়োজন কৰা নাট‍্য কৰ্মশালাৰ সামৰণি অনু্ষ্ঠানভাগি যোৱা ৩১জুলাই ২০২৬ তাৰিখে অনুষ্ঠিত কৰা হয়।

নাটক- চেল বেল দ‍্য ষ্টৰি অফ পাষ্ট
পৰিকল্পনা/পৰিচালনা- নবদিপ দত্ত
নাট‍্যকাৰ- অভিজিত নাথ

31/07/2026

SEL BEL- the story of past 🎭🎭

Photos from Angahar kalatirtha 's post 30/07/2026

অহা ৩১ জুলাই অৰ্থাৎ অহা কাইলৈ আমাৰ নাট‍্য কৰ্মশালাৰ প্ৰযোজনাভিত্তিক নাট “চেল বেল” চাবলৈ সকলোকে নিমন্ত্ৰণ জনালো🙏

26/07/2026

আজি আমাৰ বিদ‍্যালয়ৰ যোগাসনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সফলতা💐
আন্তৰিক অভিনন্দন আটাইকেইগৰাকীলৈকে

Photos from Angahar kalatirtha 's post 19/07/2026

এনাজৰী চিত্রকলা আৰু সাংস্কৃতিক কেন্দ্ৰৰ পঞ্চম বার্ষিক প্রতিষ্ঠা দিৱস উদযাপনত "এনাজৰী" আৰু "বিহুৱান" ৰ যৌথ উদ্যোগত আয়োজিত হোৱা খোলবাদন প্রতিযোগিতাত আমাৰ খোল বাদনৰ ছাত্র সাংগৰানা দত্তই খোল-বাদন প্ৰতিযোগিতাৰ নিম্ন শাখাত দ্বিতীয় স্হান লাভ কৰে।
অভিনন্দন সাৰাংগ💐সফলতাৰে আগুৱাই যাবা সদায় এনেকৈয়ে

18/07/2026

Workshop day 2

14/07/2026

মাজত মাত্ৰ ২টা দিন ।বিগত বৰ্ষৰ দৰে এইবাৰো এনেদৰেই সাজু হৈছো আমি 🙏

Want your business to be the top-listed Gym/sports Facility in Jorhat?

Click here to claim your Sponsored Listing.

Location

Category

Address


Jorhat