18/01/2024
#
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Bikram Das Karate school, Sports, Jorhat.
18/01/2024
#
23/05/2023
09/01/2023
09/01/2023
কালি ইংৰাজী ০৮/০১/২০২৩ তাৰিখে ,মেলেং উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কায়াস্ত্র ৰঙীন বেল্ট পৰীক্ষাৰ কিছু মুহূৰ্ত
31/10/2022
Achieve A grate in Certificate course on Basics of yoga and Meditation orgenaiz by department of Education ,Bahona college. Thank you department of Education for organized this course for us.
24/07/2022
Congratulations
আজি কায়াস্ত্র দ্বাদশ তম প্ৰতিষ্ঠা দিৱস , কায়াস্ত্রৰ প্ৰতিজন সদস্যলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি নিজকে এজন কায়াস্ত্রৰ ছাত্ৰ হিচাপে গৌৰৱৰবোধ কৰো ,বিগত ১২ বছৰে কায়াস্ত্রয়ে সমাজলৈ বহুতো ক্ৰিয়া খেলুৱৈ ,ইণ্ডিয়ান আৰ্মী ,আচ্ছাম পুলিচ, ক্ৰীড়া প্ৰশিক্ষক উপহাৰ দি আহিছে । কায়াস্ত্র দীৰ্ঘজীৱি হয়ক তাৰে কামনা কৰিলোঁ । জয় কায়াস্ত্র✊ proud to be kaayastraian