Good Morning friends doing work out for the Day
Admission over for the beginners @2026 session.
JDBA /Jorhat District Badminton Association
Badminton Coaching,Training Scool.
Good Morning Friends
24/01/2026
Good Morning
16/08/2025
▶️ স্বাধীনতা দিৱসৰ শুভক্ষণত অসমবাসীলৈ সুখবৰ
▶️ ৰূপালী জয়ন্তী বৰ্ষত প্ৰাগ নিউজ প্ৰৱেশ FM জগতত
▶️ আপুনিও দিব পাৰে FM ষ্টেচনৰ পচন্দৰ নাম
▶️ এটা নামৰ সৈতে টেগ লাইন ও প্ৰেৰণ কৰিব পাৰে
▶️ WhatsApp কৰক 6001555205 নম্বৰলৈ
▶️ আপোনাৰ নাম নিৰ্বাচিত হ’লে লাভ কৰিব আকৰ্ষণীয় পুৰস্কাৰ
Enjoy the great event
15/08/2025
স্বাধীনতা দিৱস উপলক্ষে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
02/08/2025
Speed Post Worst Service
ভাৰতীয় ডাক বিভাগৰ প্ৰতি আমাৰ এটা তিক্ত অভিজ্ঞতাৰ পৰা কৈছোঁ।
ভাৰতীয় ডাক বিভাগৰ স্পিড পোষ্ট এক ফ্লপ সেৱা।
যোৰহাটৰ প্ৰধান ডাকঘৰৰ পৰা কিতাপ দুখন গুৱাহাটীৰ আই আই টি পাওঁতে কিমান দিন লাগিল জানেনে?
আৰু ট্ৰেকিং কৰিলেও একো গম নেপায়।
মুঠতে , স্পিড পোষ্ট কৰাৰ আগতে অনুগ্ৰহ কৰি পুনৰ এবাৰ ভাবি চাব দেই।
তাতে লগ পালোঁ কৰ্মৰত এজনক ক'লে দাদা কিয় কৰে speed post, DTDC কৰিব best Service, কি কম???
08/02/2025
Click here to claim your Sponsored Listing.
Location
Contact the business
Telephone
Website
Address
Jorhat
Opening Hours
| Monday | 3:30pm - 8pm |
| Tuesday | 3:30pm - 8pm |
| Wednesday | 3:30pm - 8pm |
| Thursday | 3:30pm - 8pm |
| Friday | 3:30pm - 8pm |
| Saturday | 3:30pm - 8pm |
| Sunday | 5am - 9am |